মই চুমকী বৰুৱা, A Student of Digital Azadi School. I have completed Digital Marketing Course under the Mentorship of Sandeep Bhansali Sir. Digital Marketing প্ৰয়োগ কৰি,নিজৰ অভিজ্ঞতাখিনি লৈ আপুনিও Highly Skilled Professionals হৈ উচ্চ আয়ৰ চাকৰিও লব পাৰিব, কোনো Extra Degree নোলোৱাকৈয়ে আয়ৰ বিভিন্ন Source বিছাৰি লব পাৰিব।
Benefits of Becoming a Digital Marketing Expert #High Paying Job #Self Business Growth,# Skilled Professional #Growth Potential #Create MSI #Safe Career এই Digital ৰ যুগত সকলো Businessman এ নিজৰ Business Online লৈ নি Digital Marketing নিজেই কৰি লৈ নিজৰ Business দহ গুনে বৃদ্ধি কৰি লব পাৰিব।তাৰোপৰি ১৫-১৬ বছৰ ইমান কষ্ট কৰি Career বনোৱাৰ পাছতো যদিএটা ভাল চাকৰি নাপায়, তেতিয়া Digital Marketing ৰ ক্ষেত্ৰখনত আপোনাৰ স্থিতি সবলভাবে প্ৰতিস্থিত কৰিবলৈ মোৰ Webinar ত join কৰিব পাৰিব
Digital Marketingৰ কৌশল আৰু ৰণনীতি শিকি ললে মাহে ২০,০০০ৰ পৰা ১০০,০০০ + লৈকে উপাৰ্জন কৰিব পাৰিব আৰু যদিহে আপুনি Digital Marketingৰ ক্ষেত্ৰখনত Multiple Sources of Income( আয়ৰ বিভিন্ন Source) বিছাৰি আছে, তেতিয়া এইয়াই প্ৰকৃত ঠাই।
2026 ৰ বাবে Digital Marketingৰ ক্ষেত্ৰখন হল Best Career. প্ৰতি বছৰে Digital Marketingৰ ক্ষেত্ৰখনত ২০লাখতকৈও অধিক চাকৰি ওলাই থাকে।